ADRE Important General knowledge assam with answers

Greetings, dear friends, and welcome to another insightful article from ADRE Assam. Today, we present our “General Knowledge Assam with Answers,” designed specifically to aid candidates preparing for various competitive exams. Our aim is to provide you with valuable Q&A that will enhance your preparation.

We trust that you will find these questions and answers beneficial. If you have gained value from our content, we kindly encourage you to share information about ADRE Assam with your friends and fellow readers. Your support helps us reach more aspiring candidates like yourself.

ADRE Important General knowledge assam with answers

MOCK Test

ADRE Important General knowledge assam with answers

1 / 25

25. মাধ্যমিক শিক্ষা আয়োগ কিমান চনত গঠন হৈছিল?

2 / 25

24. অসমৰ প্ৰথমখন কৃষি বিশ্ববিদ্যালয় কিমান চনত স্থাপিত হৈছিল ?

3 / 25

23. অসমৰ প্ৰথমখন কৃষি বিশ্ববিদ্যালয়ৰ নাম কি?

4 / 25

22. ডিব্ৰুগড় বিশ্ববিদ্যালয় কিমান চনত স্থাপন কৰা হৈছিল ?

5 / 25

21. গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য কোন ?

6 / 25

20. গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত স্থাপিত হৈছিল ?

7 / 25

19. অসমৰ প্ৰথমখন বিশ্ববিদ্যালয় নাম কি?

8 / 25

18 . বুনীয়াদী শিক্ষা আইন কিমান চনত প্ৰয়োগ হৈছিল ?

9 / 25

17. অসমত বাধ্যতামূলক শিক্ষা আইন কিমান চনত বলবৎ কৰা হৈছিল?

10 / 25

16. অসমৰ প্ৰথমখন ছোৱালী মহাবিদ্যালয় স্থাপন হোৱা ঠাইখনৰ নাম কি?

11 / 25

15. স্বাধীন অসমৰ প্ৰথমখন ছোৱালী মহাবিদ্যালয়ৰ নাম কি?

12 / 25

14. সন্দিকৈ ছোৱালী মহাবিদ্যালয় স্থাপনৰ মুখ্য ব্যক্তিগৰাকী কোন আছিল ?

13 / 25

13. গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয় কিমান চনত স্থাপন হৈছিল?

14 / 25

12. অবিভক্ত অসমৰ প্ৰথমখন মহিলা মহাবিদ্যালয়ৰ নাম কি?

15 / 25

11. কটন কলেজক কিমান চনত বিশ্ববিদ্যালয় হিচাপে স্বীকৃতি দিয়া হৈছিল ?

16 / 25

10. মুৰাৰিচাঁদ কলেজ কিমান চনত স্থাপন হৈছিল ?

17 / 25

9.কিমান চনৰ পৰা কিমান চনলৈ অসমীয়া ভাষাক অসমৰ শিক্ষানুষ্ঠানৰ পৰা অপসাৰণ কৰা হৈছিল ?

18 / 25

8. কিমান চনত অসমৰ শিক্ষানুষ্ঠানৰ পৰা অসমীয়া ভাষা অপসাৰণ কৰা হৈছিল ?

19 / 25

7. অসমত প্ৰথমবাৰৰ বাবে প্ৰৱেশিকা পৰীক্ষাৰ অনুমতি দিয়া বিশ্ববিদ্যালয়খনৰ নাম কি?

20 / 25

6. 6. অসমত প্ৰথমবাৰৰ বাবে প্ৰৱেশিকা পৰীক্ষা অনুষ্ঠিত কৰাৰ দ্বায়িত্ব লাভ কৰা বিদ্যালয়খনৰ নাম কি?

21 / 25

5.অসমত প্ৰথমবাৰৰ বাবে প্ৰৱেশিকা পৰীক্ষা কিমান চনত অনুষ্ঠিত হৈছিল ?

22 / 25

4. অসমত স্থাপন হোৱা প্ৰথমখন ইংৰাজী বিদ্যালয়ৰ নাম কি?

23 / 25

3. প্ৰথমবাৰৰ বাবে অসমত কিমান চনত ইংৰাজী বিদ্যালয় স্থাপন হৈছিল ?

24 / 25

2.আহোমসকলে কেতিয়াৰ পৰা ৰাজ্যত শিক্ষাৰ প্ৰচলন কৰিছিল ?

25 / 25

1. অসমত কিমান শতিকাৰ পৰা লিপিৰ প্ৰচলন
হৈছিল ?

Your score is

The average score is 22%

0%

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top